হোমি জাহাঙ্গীৰ ভাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary |
(edited with ProveIt) |
||
42 নং শাৰী: | 42 নং শাৰী: | ||
| format =[[Google docs]] |
| format =[[Google docs]] |
||
| doi = |
| doi = |
||
| accessdate = }}</ref><ref>{{cite doi|10.1063/1.3048089}}</ref> Colloquially known as "[[List of national founders|father]] of [[Indian nuclear programme]]",<ref name="Published through National Security Archive Electronic Briefing Book No. 187">{{cite web|last=Richelson|first=Jeffrey Richelson|title=U.S. Intelligence and the Indian Bomb|url=http://www.gwu.edu/~nsarchiv/NSAEBB/NSAEBB187/index.htm|work=The National Security Archive, The George Washington University|publisher=Published through National Security Archive Electronic Briefing Book No. 187|accessdate=24 January 2012}}</ref> তাৰোপৰি ভাভা ভাৰতৰ প্ৰসিদ্ধ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান [[টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান]](TIFR) আৰু ''Atomic Energy Establishment, Trombay (AEET)''ৰ প্ৰতিষ্ঠাপক সঞ্চালক (Director) আছিল৷ |
| accessdate = }}</ref><ref>{{cite doi|10.1063/1.3048089}}</ref> Colloquially known as "[[List of national founders|father]] of [[Indian nuclear programme]]",<ref name="Published through National Security Archive Electronic Briefing Book No. 187">{{cite web|last=Richelson|first=Jeffrey Richelson|title=U.S. Intelligence and the Indian Bomb|url=http://www.gwu.edu/~nsarchiv/NSAEBB/NSAEBB187/index.htm|work=The National Security Archive, The George Washington University|publisher=Published through National Security Archive Electronic Briefing Book No. 187|accessdate=24 January 2012}}</ref> তাৰোপৰি ভাভা ভাৰতৰ প্ৰসিদ্ধ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান [[টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান]](TIFR) আৰু ''Atomic Energy Establishment, Trombay (AEET)''ৰ প্ৰতিষ্ঠাপক সঞ্চালক (Director) আছিল৷<ref name="Unknown author, google docs "/><ref name="Published through National Security Archive Electronic Briefing Book No. 187"/> ভাভাৰ মৃত্যুৰ পাছত Atomic Energy Establishment, Trombay (AEET)ক '''ভাবা পৰমাণু গৱেষণা কেন্দ্ৰ''' (Bhabha Atomic Research Centre (BARC)) বুলি নামকৰণ কৰা হয়।<ref>{{cite web | url=http://barc.gov.in/about/index.html | title=Founder/ Heritage | publisher=Bhabha Atomic Research Centre | accessdate=19 জানুৱাৰী 2015}}</ref> |
||
==প্ৰাৰম্ভিক জীৱন== |
==প্ৰাৰম্ভিক জীৱন== |
20:52, 18 January 2015ৰ সংস্কৰণ
হোমি ভাভা | |
---|---|
হোমি ভাভা (১৯০৯-১৯৬৬) | |
জন্ম | হোমি জেহাঙ্গীৰ ভাভা ৩০ অক্টোবৰ, ১৯০৯ ব'ম্বে, ব্ৰিটিছ ভাৰত (এতিয়াৰ ভাৰত) |
মৃত্যু | ২৪ জানুৱাৰী, ১৯৬৬ (৫৬ বছৰ) মণ্ট ব্লাঙ্ক, ফ্ৰান্স |
বাসস্থান | নতুন দিল্লী, ভাৰত |
নাগৰিকত্ব | ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | আণৱিক পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় আণৱিক শক্তি আয়োগ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান Cavendish Laboratory ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান Trombay Atomic Energy Establishment |
শিক্ষানুষ্ঠান | Elphinstone College Royal Institute of Science Gonville and Caius College, Cambridge |
ডক্তৰেল পৰামৰ্শদাতা | ৰাল্ফ ফাউলাৰ |
আন শৈক্ষিক পৰামৰ্শদাতা | পল ডিৰাক |
জনা যায় | Indian nuclear programme Cosmic Rays point particles |
উল্লেখনীয় বঁটা | পদ্ম ভূষণ (১৯৫৪) ৰয়েল ছ'ছাইটিৰ ফেল'[1] |
স্বাক্ষৰ |
হোমি জেহাঙ্গীৰ ভাভা (ইংৰাজী: Homi Jehangir Bhabha)ভাৰতৰ এগৰাকী প্ৰসিদ্ধ নিউক্লীয় পদাৰ্থবিজ্ঞানী ৷ তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল৷[2][3] Colloquially known as "father of Indian nuclear programme",[4] তাৰোপৰি ভাভা ভাৰতৰ প্ৰসিদ্ধ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান(TIFR) আৰু Atomic Energy Establishment, Trombay (AEET)ৰ প্ৰতিষ্ঠাপক সঞ্চালক (Director) আছিল৷[2][4] ভাভাৰ মৃত্যুৰ পাছত Atomic Energy Establishment, Trombay (AEET)ক ভাবা পৰমাণু গৱেষণা কেন্দ্ৰ (Bhabha Atomic Research Centre (BARC)) বুলি নামকৰণ কৰা হয়।[5]
প্ৰাৰম্ভিক জীৱন
১৯০৯ চনত ভাভাৰ জন্ম হৈছিল বোম্বাই (এতিয়া মুম্বাই) ৰ এটা পাৰ্চি পৰিয়ালত৷ তেওঁৰ দেউতাক এজন উকীল আছিল আৰু মাক বিখ্যাত টাটা পৰিয়ালৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল৷ [6]
কৰ্মজীৱন
তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল বোম্বাইৰ কেথেদ্ৰাছ স্কুলত৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ ১২ বছৰ কটাইছিল আৰু তাত তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং,অঙ্কশাস্ত্ৰ,থিয়ৰিটিকেল ফিজিক্স অধ্যয়ন কৰাৰ উপৰিও,পিছৰফালে বিস্তৃতভাৱে "কছমিক ৰে" আৰু "পাৰ্টিকেল ফিজিক্স" সম্পৰ্কে গৱেষণা চলাইছিল৷ ১৯৩৯ চন পযৰ্ন্ত তেওঁ এই গৱেষণাৰ কামত ব্যস্ত আছিল৷ ১৯৩৪ চনৰ কালছোৱাত ভাভাই কিছুদিনৰ বাবে কোপেনহেগেনৰ বহৰাত,জুৰিকৰ পাওলিত আৰু ৰোমৰ ফাৰ্মিত কাম কৰিছিল৷ ভাৰতলৈ ঘুৰি আহি তেওঁ বাংগালোৰৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত বেলুন ব্যৱহাৰ কৰি 'কছমিক ৰে' সম্পৰ্কে পুনৰ ৫ বছৰ ধৰি অধ্যয়ন কৰে৷ ১৯৫৫ চনত জেনেভাত অনুষ্ঠিত শান্তিৰ কাৰণে আণৱিক শক্তি শীৰ্ষক এক সভাত ভাভা সৰ্বসন্মতিক্ৰমে ইউ এন (UN)ৰ অধ্যক্ষ নিৰ্বাচিত হয়৷ তেওঁ ডিয়েনাৰ আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সিৰ গৱৰ্নৰো নিৰ্বাচিত হয়৷ [6]
মৃত্যু
১৯৬৬ চনৰ ২৪ জানুৱাৰীত ভাভাই এইএ (Atomic Energy Agency) ৰ এখন সভাত যোগদান কৰিবলৈ যাওঁতে মণ্টব্লেনত তেওঁ উৰাজাহাজ দুৰ্ঘটনাত পতিত হয় আৰু এই বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ শোকাবহভাৱে মৃত্যু হয়৷ এই বিশ্ববৰেণ্য বিজ্ঞানীজনৰ সোঁৱৰণত ট্ৰম্বেত স্থাপিত এটমিক এনাৰ্জি এষ্টাব্লিছমেণ্ট (Atomic Energy Establishment) নামৰ "ভাভা এটমিক ৰিচাৰ্ছ চেণ্টাৰ" (Bhabha Atomic Research Center) মুকলি কৰা হয়৷[6]
বঁটা আৰু সন্মান
- লণ্ডনৰ 'ফেল'অব্ ৰয়েল ছ'চাইটী সন্মান৷
- আডাম-প্ৰাইজ (Award of Adam prize)৷
তথ্য সংগ্ৰহ
- ↑ doi:10.1098/rsbm.1967.0002
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand - ↑ doi:10.1063/1.3048089
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand - ↑ 4.0 4.1 Richelson, Jeffrey Richelson. "U.S. Intelligence and the Indian Bomb". The National Security Archive, The George Washington University. Published through National Security Archive Electronic Briefing Book No. 187. http://www.gwu.edu/~nsarchiv/NSAEBB/NSAEBB187/index.htm। আহৰণ কৰা হৈছে: 24 January 2012.
- ↑ "Founder/ Heritage". Bhabha Atomic Research Centre. http://barc.gov.in/about/index.html। আহৰণ কৰা হৈছে: 19 জানুৱাৰী 2015.
- ↑ 6.0 6.1 6.2 সুৰেশ চন্দ্ৰ বৰঠাকুৰ (জুন-জুলাই ২০০৬). "আণৱিক শক্তিৰ উদ্ভাৱক (হোমি জেহাঙ্গীৰ ভাভা)". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ৪০-৪১.
বাহ্যিক সংযোগ
- Annotated Bibliography for Homi J. Bhabha from the Alsos Digital Library for Nuclear Issues.
- The Woodrow Wilson Center's Nuclear Proliferation International History Project. NPIHP has a series of primary source documents about and by Homi Bhabha.