জ্ঞানপীঠ বঁটা
জ্ঞানপীঠ বঁটা | ||
বঁটাৰ তথ্য | ||
---|---|---|
শ্ৰেণী | সাহিত্য (ব্যক্তিগত) | |
বৰ্ণনা | ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান | |
প্ৰতিষ্ঠা | ১৯৬১ | |
প্ৰথমবাৰ প্ৰদান | ১৯৬৫ | |
অন্তিমবাৰ প্ৰদান | ২০২১ | |
মুঠ প্ৰদানৰ সংখ্যা | ৬২ | |
প্ৰদানকৰ্তা | ভাৰতীয় জ্ঞানপীঠ | |
প্ৰথম প্ৰাপক | জি শঙ্কৰ কুৰুপ (মালায়ালম) | |
অন্তিম প্ৰাপক | নীলমণি ফুকন (কনিষ্ঠ) (অসমীয়া)
দামোদৰ মাউজো (কোংকণী) |
জ্ঞানপীঠ বঁটা (ইংৰাজী: Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
বঁটা
[সম্পাদনা কৰক]সংস্কৃত ভাষাত জ্ঞানপীঠ শব্দৰ অৰ্থ হ'ল জ্ঞানৰ বেদী। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি। ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়। ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। ১৯৬৫ চনত মালায়লম লেখক জি শংকৰ কুৰুপ-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়।
১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়।
জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Amar Kant, Shrilal Shukla, Kambar win Jnanpith Award". PTI. The Hindu. http://www.thehindu.com/arts/books/article2470528.ece?homepage=true। আহৰণ কৰা হৈছে: December 05, 2011.
- ↑ "বহুমুখী প্ৰতিভাৰ মালায়ালম কবি অক্কিতম অচ্যুতম নম্বুথিৰীলৈ ২০১৯ৰ জ্ঞানপীঠ বঁটা". প্ৰকাশক নতুন দিল্লী: প্ৰাগ নিউজ. ৩০ নৱেম্বৰ ২০১৯. https://pragnews.com/as/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%9F%E0%A6%BE%E0%A6%B2/.[সংযোগবিহীন উৎস]
- ↑ 3.0 3.1 Benita Fernando (9 December, 2021). "Explained: Who are Nilmani Phookan Jr and Damodar Mauzo, the winners of Jnanpith Award?". The Indian Express. https://indianexpress.com/article/explained/nilmani-phookan-jr-damodar-mauzo-jnanpith-award-7663621/। আহৰণ কৰা হৈছে: 26 December 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত জ্ঞানপীঠ বঁটা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Jnanpith Laureates Official listings Archived 2019-10-03 at the Wayback Machine Jnanpith Website
- Official Jnanpith Website Archived 2010-08-12 at the Wayback Machine
- List of winners
- List of award winners in hindi Archived 2012-05-29 at the Wayback Machine
- List of Jnanpith Award Winners Archived 2013-04-26 at the Wayback Machine
|