ছেমুৱেল জনছন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অৱয়ব
Content deleted Content added
Kuldhar Rabha (আলোচনা | বৰঙণি) |
No edit summary |
||
(৪জন সদস্যই কৰা ১০টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই) | |||
১ নং শাৰী: | ১ নং শাৰী: | ||
[[চিত্ৰ:Samuel Johnson by Joshua Reynolds.jpg|thumb|চেমুৱেল জনছন]] |
|||
'''ড° জনছন''' নামেৰে সততে পৰিচিত '''চেমুৱেল জনছন''' ({{Lang-en|Samuel Johnson}}) আছিল এজন ইংৰাজ লেখক, কবি, নাট্যকাৰ, ৰচনাকাৰ, নৈতিকতাবিদ, সমালোচক, জীৱনীকাৰ, সম্পাদক আৰু অভিধানকাৰ। 'এ ডিক্সনেৰী অফ দ্য ইংলিছ লেংগুৱেজ' তেওঁৰ উল্লেখনীয় অৱদান। |
|||
== উদ্ধৃতিসমূহ == |
== উদ্ধৃতিসমূহ == |
||
# জ্ঞান দুই প্ৰকাৰৰ। একোটা বিষয় সম্পৰ্কে আমি হয়তো নিজে জানো অথবা সেই বিষয়ে যাবতীয় তথ্য ক'ত পোৱা যাব পাৰে, সেই কথা আমি জানো।<ref>{{Cite news | url=https://niyomiyabarta.com/epaper/03122022/page6.php | title=বাণী | agency=নিয়মীয়া বাৰ্তা | accessdate=৫ ডিচেম্বৰ ২০২২ | author=ছেমুৱেল জনছন | page=৬}}</ref> |
# জ্ঞান দুই প্ৰকাৰৰ। একোটা বিষয় সম্পৰ্কে আমি হয়তো নিজে জানো অথবা সেই বিষয়ে যাবতীয় তথ্য ক'ত পোৱা যাব পাৰে, সেই কথা আমি জানো।<ref>{{Cite news | url=https://niyomiyabarta.com/epaper/03122022/page6.php | title=বাণী | agency=নিয়মীয়া বাৰ্তা | accessdate=৫ ডিচেম্বৰ ২০২২ | author=ছেমুৱেল জনছন | page=৬}}</ref><ref name="মহৎলোকৰ বাণী"/> |
||
# প্ৰয়োজনত নিজৰ বাবে এটা নতুন পথ নিজেই নিৰ্মাণ কৰি লওক।<ref>{{Cite web | url=https://assam.today/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%9F%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%A4-%E0%A6%A8%E0%A6%BF%E0%A6%9C%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%A8%E0%A6%A4/ |title=ছেমুৱেল জনছন |accessdate=৫ ডিচেম্বৰ ২০২২}}</ref> |
# প্ৰয়োজনত নিজৰ বাবে এটা নতুন পথ নিজেই নিৰ্মাণ কৰি লওক।<ref>{{Cite web | url=https://assam.today/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%9F%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%A4-%E0%A6%A8%E0%A6%BF%E0%A6%9C%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%A8%E0%A6%A4/ |title=ছেমুৱেল জনছন |accessdate=৫ ডিচেম্বৰ ২০২২}}</ref> |
||
# অফুৰন্ত কৌতূহল অথবা অনুসন্ধিৎসাই হ’ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়।<ref>{{Cite web | url=https://www.puhorbisarijau.in/2020/07/great-man-quotes-in-assamese.html |title=মহৎলোকৰ বাণী |accessdate=৫ ডিচেম্বৰ ২০২২}}</ref> |
|||
# মহৎ কাম শক্তিৰে নহয়, অধ্যৱসায়ৰে সম্পন্ন হয়৷<ref name="মহৎলোকৰ বাণী">{{Cite web | url=https://www.dailyassam.com/2020/07/mahatlukar-bani.html |title=মহৎলোকৰ বাণী |accessdate=৫ ডিচেম্বৰ ২০২২}}</ref> |
|||
== বাহ্যিক সংযোগ == |
|||
{{Template:Wikipedia|ছেমুৱেল জনছন}} |
|||
== উৎস == |
== উৎস == |
||
{{Reflist}} |
{{Reflist}} |
||
[[শ্ৰেণী:মৃত ব্যক্তি]] |
|||
[[শ্ৰেণী:ইংলেণ্ডৰ ব্যক্তি]] |
১৮:৫৩, ২০ মাৰ্চ ২০২৩ অনুযায়ী বৰ্তমান সংস্কৰণ
ড° জনছন নামেৰে সততে পৰিচিত চেমুৱেল জনছন (ইংৰাজী: Samuel Johnson) আছিল এজন ইংৰাজ লেখক, কবি, নাট্যকাৰ, ৰচনাকাৰ, নৈতিকতাবিদ, সমালোচক, জীৱনীকাৰ, সম্পাদক আৰু অভিধানকাৰ। 'এ ডিক্সনেৰী অফ দ্য ইংলিছ লেংগুৱেজ' তেওঁৰ উল্লেখনীয় অৱদান।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জ্ঞান দুই প্ৰকাৰৰ। একোটা বিষয় সম্পৰ্কে আমি হয়তো নিজে জানো অথবা সেই বিষয়ে যাবতীয় তথ্য ক'ত পোৱা যাব পাৰে, সেই কথা আমি জানো।[১][২]
- প্ৰয়োজনত নিজৰ বাবে এটা নতুন পথ নিজেই নিৰ্মাণ কৰি লওক।[৩]
- অফুৰন্ত কৌতূহল অথবা অনুসন্ধিৎসাই হ’ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়।[৪]
- মহৎ কাম শক্তিৰে নহয়, অধ্যৱসায়ৰে সম্পন্ন হয়৷[২]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ছেমুৱেল জনছন. "বাণী", পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ৫ ডিচেম্বৰ ২০২২.
- ↑ ২.০ ২.১ মহৎলোকৰ বাণী. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.
- ↑ ছেমুৱেল জনছন. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.
- ↑ মহৎলোকৰ বাণী. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.