ছেমুৱেল জনছন
অৱয়ব
ড° জনছন নামেৰে সততে পৰিচিত চেমুৱেল জনছন (ইংৰাজী: Samuel Johnson) আছিল এজন ইংৰাজ লেখক, কবি, নাট্যকাৰ, ৰচনাকাৰ, নৈতিকতাবিদ, সমালোচক, জীৱনীকাৰ, সম্পাদক আৰু অভিধানকাৰ। 'এ ডিক্সনেৰী অফ দ্য ইংলিছ লেংগুৱেজ' তেওঁৰ উল্লেখনীয় অৱদান।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জ্ঞান দুই প্ৰকাৰৰ। একোটা বিষয় সম্পৰ্কে আমি হয়তো নিজে জানো অথবা সেই বিষয়ে যাবতীয় তথ্য ক'ত পোৱা যাব পাৰে, সেই কথা আমি জানো।[১][২]
- প্ৰয়োজনত নিজৰ বাবে এটা নতুন পথ নিজেই নিৰ্মাণ কৰি লওক।[৩]
- অফুৰন্ত কৌতূহল অথবা অনুসন্ধিৎসাই হ’ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়।[৪]
- মহৎ কাম শক্তিৰে নহয়, অধ্যৱসায়ৰে সম্পন্ন হয়৷[২]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ছেমুৱেল জনছন. "বাণী", পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ৫ ডিচেম্বৰ ২০২২.
- ↑ ২.০ ২.১ মহৎলোকৰ বাণী. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.
- ↑ ছেমুৱেল জনছন. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.
- ↑ মহৎলোকৰ বাণী. আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ ২০২২.